...

1 views

দৃষ্টিভংগী 😔
দৃষ্টিভংগী 😔
----------------



প্ৰতিটো সপোনেই মাৰ বাবে এক নতুন উৎসৱ।
উদযাপন‌ কৰা উদেশ্যত কৰোঁ প্ৰস্তুতি।

বিশ্বাসি মই , সপোন পোৱা চলেৰে কৰোঁ নিজকে প্ৰস্তুতি।
জীৱন নামৰ সাগৰ ঢ়ৌ লগত যুযিবলৈ ।

সফল , অসফল ধুলিকনা মাথোঁ,
জীৱনত নিজক নিজেই প্ৰস্তুতিত।

আজীৱন মই এই প্ৰস্তুতি থাকিবলৈ বিচাৰোঁ,
যৈত অসফলতা আৰু সফলতা মোৰ আত্মাৰ উন্নতিত।

আৰু যৈত ত্যাগ মোৰ জীৱন নামৰ বৃক্ষ পাতৰ দৰে ।
নিজকে সবল দৃষ্টিত।

মাথোঁ নিজকে কবলৈ বিচাৰোঁ,
এই জনম মোৰ বাবে নহয় কঠোৰ।

নিজকে জিকিবলে পাইছোঁ সুবিধা,
নাই হাৰি মই দিবলৈ নোৱাৰোঁ।


Ahsid 🌸💓🌸
© All Rights Reserved