...

1 views

২০১৮-২০২৪
তৰা আৰু মুন।
সম্পৰ্ক প্ৰায় সাত বছৰৰ।।
ব্যস্ত জীৱনৰ কলাহলত দুওৰে লগ কৰা প্ৰায় কম।
মুন: আজি অফিচত বহুত কাম আছিলে বাবে তুমাক ফোন কৰিব পৰা নাই বেয়া পায় নাথাকিবা দেই মোৰ গুনোজনী।
তৰা: হব হব বুজিছো নহয় সদায় তুমি কামৰ মাজত মোক পাহৰি থাকা।
মুন : হাঁহি দিয়াচোন বেয়া দেখিছে অভিমান এৰা.. সোনকালে বিয়া পাতিব লাগিব নহয় সেইবাবে টো কাম কৰিব লাগিব মই জানো তুমি বুজি পোৱা হয় নে হাঁহি দিয়া এতিয়া।
তৰা: এতিয়া কাৰোবাৰ মৰমৰ সাগৰ খন বব লে বাট পালে চাগে.. হাঁহি দিছোঁ ।😊
মুন: এতিয়া কোৱা দিনটো কি কি কৰিলা ? মোক miss কৰিলা নে নাই !
তৰা: নাই কৰা miss তুমাক পাহৰি থাকিলো ॥ ইমান ভাবিব নালাগে miss কৰিছোঁ।।
প্ৰেম কি যে অনুভৱ এয়া, দূৰৰ পৰা এজনে আনজনৰ প্ৰতি সমৰ্পিত, হিয়াৰ মাজত সজাই ৰখা হেপাহৰ এটা এটা পল দিথক কৰাৰ চেষ্টা, কষ্টবোৰ ভাগ হৈ পৰে সফলতাবোৰে দুয়োৰে উশাহত প্ৰাণ আনে এয়া চেষ্টা প্ৰেম সফল কৰাৰ ইয়া চেষ্টা জীৱনৰ লক্ষ্য আৰোহণ কৰাৰ।