এক মধুৰ সম্পৰ্ক যাৰ নাম হৈছে "বন্ধুত্ব"
বন্ধুত্ব এক এডাল এনেকুৱা এনাজৰী যিটো এনাজৰীৰে সকলোবোৰ মানুহ এক গোট খাই থাকে। আৰু এই বন্ধুত্বৰ শিকলী ডাল এটা বিশ্বাস অাৰু মৰমেৰে বান্ধি ৰাখে। কিছু কিছু ক্ষেত্ৰত বন্ধুত্বই এক বিপদজনীত কাৰণ হৈ উঠে। কিন্তু যিবোৰ লোকে ইয়াত অপব্যৱহাৰ কৰে সেইবোৰ লোক সাধাৰণভাৱে এই "বন্ধুত্ব" নামৰ শব্দটোৰ বাবে যোগ্য ব্যক্তি নহয়। অাৰু মইয়ো এই মধুৰ বন্ধুত্ব এনাজৰীৰে বান্ধ খাই আছোঁ। প্ৰথমে মই এই সম্পৰ্কৰ বিষয়ে ইমানকৈ অৱগত নাছিলোঁ কিন্তু সময়বোৰ যেতিয়া গতিশীল হল তেতিয়া ইয়াৰ ওপৰত মই সম্পূৰ্ণভাৱে এই সম্পৰ্কত সোমায় পৰিলোঁ। মোৰ বন্ধু বান্ধৱী বুলি কলে এই ক্ষেত্ৰত বহুতো ধৰণৰ অভিজ্ঞতায়ে লাভ কৰিছো। ভাল বেয়া সকলোঁ ধৰণৰ বন্ধুত্ব সম্পৰ্কত আছিলোঁ তাৰ পৰা এটা কথা বুজিলো যে বন্ধু সদায় বন্ধু হৈয়ে থাকিব লাগে সেই বন্ধুত্ব যদি এবাৰ বেয়া হয় তেতিয়া শত্ৰুলৈ...