...

2 views

কবিতা মোৰ ভাল লাগে
মোৰ অনুভৱৰ কিছু
প্রকাশ কবিতা হৈ সৰে ভাল লগা বহু আছে.,
তাৰ মাজৰে এটা কবিতা ভাল লাগে|
বিৰতিৰ আৰত.., নিজানৰ মাজত
মোৰ কবিতা সাৰে থাকে,
কেতিয়াবা দুখত কেতিয়াবা সুখত
চিয়াহী চৰে....,|
আপোনজনক চুই অহা বতাহজাকে মোকও
আমনি কৰে .,
অভিমানৰ ওৰত আকৌ বাওলীয়া হিয়াখনে
তেওকে বিচাৰে |
ভাল লগা মোৰ বহুত আছে তাৰ মাজত
মোৰ প্রিয়ৰ নাম প্রথমে আছে||

....✒মইনা💖