...

9 views

সপোন
ডবা ডবা মোৰ নিবাক ওঠত অচিন হৈ পৰিছে সপোন ,নিজান পথৰ নিয়ৰৰ মাদকতাত ডুবিব খুজিছো নিজকে পাহৰিম বুলিহে নিৰবে ৰৈছো|এৰা ধৰাৰ বিনিময় কিছু আছে কাক ধৰি কাক সাৱটো মন দোমোজাত বিষাদে বাহ সাজিছে!