...

1 views

শৈশৱৰ কেনভাছ
কেতিয়াবা অতিত ৰোমন্থন কৰো...
সেই যে আপুৰুগীয়া ক্ষণবোৰ
উৰণীয়া পক্ষীৰ দৰে উৰি ফুৰা সেই মনটো
নিজৰ মাজৰ সেই শিশুটিক অজি বিছাৰি পোৱা নাই
জীৱনটো যেন এক কংক্ৰিটৰ দৰে হৈ গ'ল
কিবা যেন চুইচ টিপি দিয়া ৰবতৰ দৰে কৰি গৈছো কেৱল কাম
মনটো বৰ অক্লান্ত হৈ ৰয়
ঘৰৰ পদূলিৰ পৰা দিল্লীত ভৰি থোৱা দিনৰে পৰা মাৰ গালি শুনা নাই
আজি অনুভৱ কৰিছো কি মধুৰ আছিল মায়ে খঙত কোৱা সেই...