...

2 views

আৱেগৰ কোণত
দূৰণিত থাকিলেও হ্নদয়ৰ আশে পাশেই বিৰাজিত
মৰমৰ সুবাসত সুবাসিত
কোনোবা পৃষ্ঠাৰ কোণত মধুৰ কথাবোৰো চোন উল্লেখিত________
যাওঁ বুলিও পাহৰিব নোৱাৰি এনে স্নেহভৰা বান্ধোনত অজানিতেও আৱৰিত___
জীৱনৰ পদূলিত কত পথিকৰ পদধূলিও স্পৰ্শে হ্নদিৰ ভূমিত!
গুণ্জৰিত হৈ সুৱদী সুৰে প্ৰতিটো পলে
গায় প্ৰণয়ৰ প্ৰেমধ্বনি____
সুকীয়া ৰঙে মুগ্ধমনে এটি এটি আৱেগৰ ছন্দে ছন্দে____________
© Dj Arnav🍃🍂