...

9 views

এক অনুভূতি
প্ৰেমৰ সন্ধিক্ষণত উমান পায় উঠে
নিস্তব্ধ প্ৰতিভা..
প্ৰতিটো বিননিতে যেন এক
নৱ্য বিকাশৰ জাননী দিয়ে.
অজানিতে যি হল সেইবোৰে যেন বিষাদ আনি দিয়ে প্ৰতিটো যাত্রাতে
তথাপি হৃদয়ে উচুপি কয়..
এইয়াই তোমাৰ "মুকুতাভৰা জীৱন ইয়াক অৱহেলা কিয় কৰা"
কাৰ্য সম্পূৰ্ণ কৰাৰ প্ৰয়াসে জীয়াই থাকিব শিকালে..
মই ভাবো যিদিনা এই প্ৰয়াস মৰহি যাব
সেইদিনা জানো থাকিবনে কোনোবা
যিয়ে প্ৰেৰণা যোগাই
জীয়াই থকাৰ আশাকন
পুনৰ উজ্জীৱিত কৰিবলৈ
ভাবিয়ে আপোনপাহৰা দিশে গতি কৰিব বিচাৰে কিন্ত্ত
জীৱনত জীয়াই থকাৰ অনেক
প্ৰতিভা দেখিলো..
যিয়ে মোৰ সংগী হৈ মোক প্ৰেম কৰিলে😘