...

1 views

মৃত্যু কেতিয়াবা সহজ
মৃত্যুত জানো সুগন্ধ থাকে
মৃত্যুত জানো সুখবোৰ নিগৰে
মৃত্যু কেতিয়াবা তেনেই সহজ ..
হাঁহিৰে যে গ্ৰহণ কৰিবা...
মৃত্যুত জানো কষ্ট নাই...
মৃত্যুত বহু আশা-অভিলাষাবোৰো
হেৰাই যায়..
মৃত্যুত চকুলো বৈয়ে
মৃত্যুত বহু কথাবোৰেই সোঁৱৰাই
মৃত্যুয়ে বুজায়ো থৈ যায়
কি কৰিম বুলি ভাবিবলৈ সময় আৰু নাই..
এইয়া জীয়াই থকাৰ চৰম পৰ্যায়
শেষ...
তুমি হাৰিলা মৃত্যু...
বিননিবোৰো শেষ..
সকলো শেষ
স্মৃতি মাথোন..
© Dj Arnav💞💞