...

9 views

তুমাৰ বাবে
হেজাৰ আশাৰ পৰিসীমা তুমি ,ৰাতিৰ সপোণৰ প্রকৃত দীঠক তুমি ,নোৱাৰিম তুমাক দেখুৱাব হিয়া মগন থকা তুমাৰ সাধনা ,তথাপি আহিম কেতিয়াবা মৌণতাৰ কাচন খুলি ,বহু সাচতীয়া কাহানীয়ো নোকোৱা কথা কম বুলি মোৰ শিৰাত তুমাৰ অনুৰাগ বিয়পি আছে তুমি আছা সেয়েহে মোৰ প্রাণ আছে |