...

6 views

নিৰবে কিয় আছা
অ গুন সুনা তুমি মোৰ প্রেমৰ অপৰিসীম কামনা ,নিৰৱ হৈ নৰৱা মই অণুভৱ কৰি আছো তুমাৰ উশাহত ওলোৱা নিবাক বেদনা ,মোৰ মন নায়ায তুমাক নিৰাশ কৰিৱ! কিয় তুমি নুবুজাও !মই যে সদাই তুমাৰ এ| গুন মই যতে নাথাকো হিয়াত মাথো তুমি চোৱা মোৰ চকুত চকু থৈ দেখিৱা সাচতীয়া মৰমৰ সপোণ সিচা ধৌবোৰ |এতিয়া হাহি 🙂দিয়া দুখ এৰি লোৱা সুখৰ টোপোলা মই আজীৱন তুমাৰ হৈ থাকিম তুমি থাকিবানে গুন ?👉বিতুলৰ পাগলী আপি মই 💖