...

2 views

এটি পছন্দ
মানুহ পছন্দ কৰিলে কিনো হ'ব!
মনৰ পৰা যদি অপছন্দৰ হওঁ!
দেখি পছন্দ কৰিবলৈ যিমান সময় নলওঁ
মনৰ পৰা পছন্দ কৰিব দেৰিয়ে____
কিয়নো ইয়াত আৱেগ-অনুভূতিৰ ৰঙ বিয়পে!
ইয়াৰ প্ৰভাৱ দেখাৰ ইচ্ছাও জাগিব!
এই যে কথাবাৰ্তা হবলৈ মানুহৰ প্ৰয়োজনতকৈ
মানুহৰ মন হব লাগে______
কিছু সময়_____
কিছু গুৰুত্ব____
কিছু সন্মান_____
দিয়াৰ কাৰণ মনৰ পৰা কিছুপৰিমাণে ভাল লগা হোৱা বাবেহে🍃🥀🍂
© Dj Arnav🍃🍂