...

7 views

ও মা
মা তুমি মোৰ প্রথম প্রেয়সী, তুমি মোৰ জীৱন পৰিধী |সকলো নিঠৰ তুমি নহলে ,হিয়া গধুৰ হৈ উঠে তুমাৰ চকুত পানী দেখিলে |,দুখ নকৰিবা মা মই তুমাৰ চিৰসংগী হম নিয়তিৰ লগত যুজি তুমাক আজৰি লম | তুমাৰ আচোলৰ ছাত পাৰ হব সকলো ঘাত -প্রতিঘাত ,অ মা নিৰাশ নহবা! তুমি মোৰ নিৰৱ সাধনা ,এৰা দুখৰ বোজা হাহিৰে মৈলৈ চোৱা ,ও মা কম আজি কেতিয়াও নোকোৱা কথা তুমাক বহুত ভাল পাও, ও মোৰ মা |👉বিতুলৰ মইনা মই