...

9 views

প্ৰেম মোৰ
ক্ষন্তেকীয়া বুলি ভাবিও ছন্দত ছন্দৰ প্ৰতিভা ৰছিলো!!
আপোন নভবা জনৰ হৃদয়তো যেন প্ৰেমৰ নৈ বোৱালো😘😘
আজি যি পৰিৱৰ্তনে ভুমুকি মাৰে
তথাপিও নাথাকে বেদনা..
এক অচিন জগতত ভাঁহি ফুৰা এই জীৱাত্মা..
য'ত বহু সীমাহীন কবিতাৰ উদয় হৈ থাকে...
যদিও কিয় বাৰু অজানিতে
ওঁঠত তোমাৰ নাম জিলিকি উঠে..
ভাবনাতে জন্মে অজ্ঞাত প্ৰেমৰ ধ্বনি