...

2 views

এটি পোহৰ
কেতিয়াবা আৱৰিবও লজ্জিত অনুভৱ কৰে জানো
এই অন্ধকাৰে!
নিৰ্জ্জনতাত সেমেকা-সেমেকি কৰে মনটো!
দৃষ্টি নিক্ষেপ্ কৰিবও চোন নোৱাৰোঁ!
জীৱনে নহয় অন্তঃকৰণ ক্ষুধিত হয়
ব্যথিত হৈ পৰে প্ৰাণো
পোহৰত বুটলা কণিকাবোৰ
লুকাই পৰে!
সেয়েহে প্ৰিয়তো কব নোৱাৰি..
পিছে পোহৰ ইয়াৰ বিনে
নামহীন,বেনাম...
যাৰ কোনো চিহ্ন নাপাওঁ..