...

3 views

ভয় লগে।
হয় এতিয়া ভয় লাগে,,
কাৰণ মই বিহীন মোৰ ' মা' ৰ প্ৰতিটো নিশা বৰ গভীৰ।
জীৱনটোৰ প্রতি লালসা কিছু আছে,,
কিয়নো সপোনবোৰে প্ৰাণধৰি উঠা নাই,,
মোৰ চোতালত সৰিব লগীয়া বৰষাজাক যেন বাকি আছে।
জীৱনৰ শেষ নিশ্চিত,
জানো ,কিন্তু জীয়াই থকাৰ চেষ্টা অব্যাহত আছে।।