...

6 views

তুমি মাথো মোৰ😘😘
হয় নেকি কতে কতে জাগিছে
পিছে মোৰ প্ৰেমে কৰবালৈ অজান
দেশলৈ মেলানি মাগিলে😔
অসাধাৰণ কবিতাৰ মাজত আৱদ্ধ হৈ ৰৈছে..
প্ৰেমৰ ধাৰণা সলনি হৈছে নে বিকল হৈছে এই প্ৰেম..
কাহিনী আধাতে সামৰণি হব যেন মনে কৈছে..
এটি বিষাদ ভৰা অধ্যায়ৰ সূচনা হ'ল
য'ত চিন চাব নোহোৱা হৈছে🙄
এতালি হেতালি সকলো
কৰবাতে থেতেলি গল
নোৱাৰো সুধিব কতে ভুল হ'ল
নকৰাকৈ ভুল হল..
প্ৰিয়া মোৰ শুৱনি পিছে
তাইৰ কথাবোৰ
কোনোবা কোণাতে ৰৈ যাও ৰৈ যাও কৰিছে...
বন্ধু মোৰ মনটো কান্দি দিও কান্দি দিও কৰিছে...
আশাৰে আছো ৰৈ
পিছে তাই জানো উভতি চাব এবাৰ..
সুধিবনে 🙄
সোণটো মোৰ তুমি কেনে আছা??
কতে বা ৰৈ আছা??প্ৰেমৰ মাজতে
ধেমালি হৈছে ...
নহয় ই কোনোৱা নানাৰঙী সপোন ৰচিব...
য'ত বহুবিধ অসাধাৰণ ছবি আকিম..
বাসনা আছে আৰু
মনত আছে" প্ৰিয়া তুমি মোৰ সপোন
আৰু তুমিয়ে আপোন"
এদিন কম তাইক..
তাই সমবেদনা যাচিব..
আৰু লিখিম পুনৰ এখনি সুন্দৰ কবিতা........
"তুমি মোৰ মাথো মোৰ😘