...

8 views

তুমাৰ বাবে
কোননো হব তুমাৰ সমান ☺,তুমি মোৰ প্রেমে নহয় গোটেই জীৱন|👨‍❤️‍💋‍👨
তুমাৰ হিয়াৰ উমত পাহৰো পৃথিৱী🌏 ,😳
তুমাৰ আশে পাশে থমকি ৰয় ভাগৰুৱা
..উশাহৰ সংগী|😙
অভিমানবোৰ আজৰি তুমাকে দেখুৱাও 😌মায়া ভৰা তুমাৰ ওঠত বাৰে বাৰে ডুব যাও..|😘💋
তুমি এটি ৰাঙলি কবিতা ...,❤
মোৰ মনৰ ডায়েৰিত সজতনে ৰখা|🔰

...কথা দিছো সদায়ে থাকিম ....
জীৱনৰ পথত একেলগে খোজ দিম|👫
অপেক্ষাবোৰও ওৰ পৰিব ..,🤗
হাহিৰে জীৱন ভৰিৱ ..|🙂
লিখা হৱ ভালপোৱাৰ আন এটি সফল কাহিনী..😇.যত তুমি ৰজা হৱা মই তুমাৰ ৰানী....||👑👑📓


..✒....বিতুলৰ মইনা