...

1 views

মৃত্যু ।
মৃত্যু এটা কবিতা,
যাৰ পাতনি মেলিছিল এই ৰঙীন পৃথিৱী দৰ্শনৰ বহু আগত।
এই কবিতাৰ ওৰ পৰিব মোৰ উশাহত।
নিশ্চয় মই ৰৈ যাম কাৰোবাৰ...