...

1 views

মোৰ প্ৰেমিকজন।
মোৰ সপোনত বগা ঘোঁৰাত উঠা ৰাজকুমাৰ অহা নাই, মাথো বিচাৰিছিলো তেওঁ যেন ভাল পোৱাৰ বাহিৰেও জীয়াই থকাৰ প্ৰেৰণা দি যায।
মোৰ ভাগৰত তেঁওৰ ছা টি আৰু তেওৰ হাঁহিত মোৰ সঁহাৰি, সুখৰ বাবে আৰু নালাগে বেছি।
অশান্ত প্ৰাণৰ স্পন্দন তেঁওৰ কাষৰতে...