...

5 views

নাযাবা ৰণলৈ?
সাহ নাথাকিলে নাযাবা ৰণলৈ ?
বিয়াগোম ৰণ সেয়া,
মন আৰু মগজুৰ,


চকুৰ লো তেজ হৈ সৰিব,
আবেগবোৰ ছাই হৈ পুৰিব,
তোমাকো ভাগৰাই তুলিব,

এদিন বাট ল'বা হাৰ মানি
নিজৰ অতিত বিচাৰি , কিছু হাবাথুৰি ,
লাহে লাহে, হেৰুৱা হাঁহি'ও আহিব উভতি ।