...

3 views

নিৰ্ভয়া

মোৰ সৰ্বনাশ কৰা দৈত্য কিতা, আজিও মুক্ত আকাশৰ তলত ও আই
দিনৰ পিছত দিন,
ন্যায়লয়ে মাথোন,শাস্তি গৈছে পিছুৱাই॥


গৈ আছিলো মই মাথোন ঘৰ ???
বাছত পাষণ্ডেই ল'লে সুযোগ অ‍ান্ধাৰৰ ?
তেজৰ চেকুৰা মাথোন খালি ,
মোৰ সত্তা মাৰিলে হানি-খুচি ।

নিশেয় ,মই ।
ন‍াজো দুনাই উভতি,
ৰাইজে নাম দিলে নিৰ্ভয়া,
ন্যায় পাম মই কেতিয়া??