এক নতুন যাত্ৰা....
তুমি হয়তো জানা নিশ্চয়
পূর্ণতা অবিহনে সকলো মূল্যহীন,
সেয়ে মই আকৌ
আৰম্ভণি কৰিব বিচাৰিছোঁ
মোৰ এই আধৰুৱা যাত্ৰাৰ ।
নাজানো কত বা দিন ৰাতি
পাৰ কৰিব...
পূর্ণতা অবিহনে সকলো মূল্যহীন,
সেয়ে মই আকৌ
আৰম্ভণি কৰিব বিচাৰিছোঁ
মোৰ এই আধৰুৱা যাত্ৰাৰ ।
নাজানো কত বা দিন ৰাতি
পাৰ কৰিব...