...

11 views

#Dehing Patkai
সৃষ্টিৰ মেদিনী,চাদৰ খনী সেউজী,
দিহিং-পাটকাইৰ বুকুতে, পাহি মেলা পাপৰি
পশু -পক্ষী , গছ -বৃক্ষৰ
কি যে অদ্ভুত সমাহাৰ,
গজৰাজৰ গৃহ ভূমি,দিহিং-পাটকাই

দিনে দিনে বাঢ়ি যোৱা মানৱৰ অত্যাচাৰ ,
হাতুৰীৰ কোব পৰি আজি বৰ্ষাৰণ্যৰ চিৎকাৰ
হুকুম দিছে কয়লা খন্দাৰ,শুনিছ নে নাই,

দিহিং-পাটকাইৰ অস্তিত্ব ,বছাবি নে নাই??
Hear our pleas,
will you please?
Save Amazon of the east.