...

0 views

তুমি এটি সপোন জীৱনৰ
মনৰ ভিতৰত
অন্য এটা মন
পৃথিৱীৰ ভিতৰত
অন্য এখন পৃথিৱী।
প্ৰিয়জনে নজনাকৈ
জীৱনে
এনেদৰেই বহন কৰি লৈ ফুৰে
অন্য এখন পৃথিৱী।
হব পাৰে সেইখন পৃথিৱীৰ নাম
সপোন
দিঠক
অথবা
এডাল সোণৰ সাঁকো :
দিঠকৰপৰা সপোনলৈ।
হব পাৰে তাৰ নাম
ৰম্ভা মেনকা কিম্বা অনামিকা।
হব পাৰে ...