...

5 views

জীৱনৰ আবেগ
এখোজ আগবহাই দিয়া মোক ,
মই তোমাৰ তালত নাচিব খোজোঁ
অলপ কৈ যোৱা মোক ______
জীৱনটোনো কি ,কেনেকৈ জীয়াই ___ কি এই শো ক ।

বেদনাৰ উখহা হিয়াখনত ,
কিন্সিত যদি এমুঠি হাঁহি ঢালি দিলা হৈ ______
এই মদাৰৰ লাহি সপোনৰ গছজোপা ই ইমানকৈ দুখ নাপালে হয় ।।

এয়াই নেকি তুমি , যাৰ নাম জ্বলন্ত সমস্যা ,
পঞ্জীভূত অনুতপ্ত হৃদই ,
যাৰ অৰ্থ মই ভাবিছিলো উৰি ফুৰা বনৰীয়া চৰাইটো ,
সিও আজি যেন জীৱন নামৰ অংক শাস্ত্ৰ খনত বন্দী হল ।

পংখি বৰা ।