ঘিট মিত অন্ধকাৰ ৰাতি
ঘিট মিত অন্ধকাৰ ৰাতি
দীপলিপ জোনাকী পৰুৱা
আকাশত শ্বিকমিক তৰা
চিৰি চিৰি কৈ বতাহ বলিছে
গছে বনে হালি জালি কৰিছে
বতাহ লাহেকৈ মাৰিছে বুকুত খুন্দা
মোৰ মৰম লগা চুলি চকুত পৰিছে
বুকুখন বিষাইছে ভৰি পৰিছে বেদনাৰ...
দীপলিপ জোনাকী পৰুৱা
আকাশত শ্বিকমিক তৰা
চিৰি চিৰি কৈ বতাহ বলিছে
গছে বনে হালি জালি কৰিছে
বতাহ লাহেকৈ মাৰিছে বুকুত খুন্দা
মোৰ মৰম লগা চুলি চকুত পৰিছে
বুকুখন বিষাইছে ভৰি পৰিছে বেদনাৰ...