...

4 views

Echoes of Arrival and Departure
সি আহিল আৰু গ'ল

হিলদল ভাঙি সি আহিল
তেজী ঘোঁৰাত উঠি
ৰঙা ৰঙাগোলাপ উঠিল ফুলি
হৃদয় খনি জুৰি |

ভৰ দুপৰতে গুচি গ'লগৈ
ৰণুবা সাজেৰে সাজি
কলীয়া এজাক ডাবৰ আহি
মনটি ধৰিলে চাটি |

Echoes of Arrival and Diperature

Swiftly he arrives,
A tempest on hooves,
Mounted on a rapid steed.

Crimson roses awaken,
Their fragrance envelops my heart.

In noon's embrace, he departs,
A warrior vanishing,
Veiled by battlemented skies,
Enshrouding my thoughts.