তুমি মাথো মোৰ😘😘
হয় নেকি কতে কতে জাগিছে
পিছে মোৰ প্ৰেমে কৰবালৈ অজান
দেশলৈ মেলানি মাগিলে😔
অসাধাৰণ কবিতাৰ মাজত আৱদ্ধ হৈ ৰৈছে..
প্ৰেমৰ ধাৰণা সলনি হৈছে নে বিকল হৈছে এই প্ৰেম..
কাহিনী আধাতে সামৰণি হব যেন মনে কৈছে..
এটি বিষাদ ভৰা অধ্যায়ৰ সূচনা হ'ল
য'ত চিন চাব নোহোৱা হৈছে🙄
এতালি হেতালি সকলো
কৰবাতে থেতেলি গল
নোৱাৰো সুধিব কতে ভুল...
পিছে মোৰ প্ৰেমে কৰবালৈ অজান
দেশলৈ মেলানি মাগিলে😔
অসাধাৰণ কবিতাৰ মাজত আৱদ্ধ হৈ ৰৈছে..
প্ৰেমৰ ধাৰণা সলনি হৈছে নে বিকল হৈছে এই প্ৰেম..
কাহিনী আধাতে সামৰণি হব যেন মনে কৈছে..
এটি বিষাদ ভৰা অধ্যায়ৰ সূচনা হ'ল
য'ত চিন চাব নোহোৱা হৈছে🙄
এতালি হেতালি সকলো
কৰবাতে থেতেলি গল
নোৱাৰো সুধিব কতে ভুল...