...

2 views

মুক্ত হৃ দ য়
তুমি কত জিৰণি লোৱা ,
আধৰুৱা স্বপ্ন বোৰৰ কোলাত
নে ভাগৰুৱা হিয়াৰ দাপোনত ?

মহান দেই তুমি ___
অতিকৈ অধিক নাটকৰ চিত্ৰনাট্য
লি খি ছা মুখৰ অনাকৃত্ৰি হাহিতিৰে ,
যেন অনুভৱ এক অনন্য নিদৰ্শন সুখকনৰ ।

কত হাত সাৰি বানো ___
আন্ধাৰৰ বন্ধ কোঠালিত ,
হজম নোহোৱা আজিৰ্ণ শব্দবোৰৰ
বিজুলী আলোচনীৰ পাতত প্ৰকাশিত চকুপানী ।।

তথাপিও অস্তিত্বৰ ইংগিত বহনকাৰী হাহিতিয়েই যেন জন্ম দিয়ে মুক্ত হৃদ খনৰ দৰেই ,
নীভাজ সপোনৰ গছজোপাক ।
সেইকাৰণে ঘূৰি আহি ,
মই মাজত আৰু মোৰ চাৰিওপাশ__
নহলে যে বিচাৰি পাবা
সকলোপিনেই এক এক কৃতিত্ব বিনাশ ।


পঙ্খি বৰা ।