জীৱন- এক সংগ্ৰাম....
যদি বিষাদৰ কলীয়া ডাৱৰে
ছানি ধৰে তোমাৰ আকাশ
অথবা প্ৰলয়ংকাৰী ধুমুহাই
ভাঙিব খোজে তোমাৰ পঁজা,
সেইবুলি জানো জীৱনক
তুমি অৱহেলা কৰিবা ??
জীৱন নিমিত্তেই...
ছানি ধৰে তোমাৰ আকাশ
অথবা প্ৰলয়ংকাৰী ধুমুহাই
ভাঙিব খোজে তোমাৰ পঁজা,
সেইবুলি জানো জীৱনক
তুমি অৱহেলা কৰিবা ??
জীৱন নিমিত্তেই...