শিলত লাগি ৰোৱা কাহিনী
নৈৰ কাষৰ শিলবোৰে কথা কয়
বহু পুৰণি কথা তুমি মই নজনা।
কথাবোৰ লাগি ৰয় নৈৰ গড়াত
কেতিয়াবা কথাবোৰ বতাহে
উৰুৱাই নিয়ে, বহু দূৰলৈ......
বহু পুৰণি কথা তুমি মই নজনা।
কথাবোৰ লাগি ৰয় নৈৰ গড়াত
কেতিয়াবা কথাবোৰ বতাহে
উৰুৱাই নিয়ে, বহু দূৰলৈ......