...

2 views

প্ৰেমৰ জোনাক
নিৰিবিলি আকাশৰ
হবা যানো তুমি জোনাক,
তোমাৰ প্ৰকাশে আলোকিত কৰিব
থানবান হোৱা মোৰ নিঠৰুৱা প্ৰাণক।

ক্ষন্তেকীয়া জীৱনৰ এই পৃষ্ঠাৰ
হবা যানো তুমি মোৰ আশাৰ চিয়াঁহী,
দিঠকত নহলেও সপোনত কোৱা
"ৰৈ আছোঁ তোমাৰ বাবে
মোলৈ এবাৰ উভতি চোৱা"।
© Raj