...

9 views

সাহসী জীয়ৰী
অনুৰাগিনী হৈ পাৰিমনে সহিব আকৌ বলিয়া লগা বা জাক ?আজিও যে নুবুজো মই জীৱনৰ মেৰপাক ! সৰল মনৰ সাধাৰণ এজনী, নাজানিছিলো বাটে-ঘাটে পাম ইমান উজুটি । অনাবিল এমোকুৰা থাকে ওঁঠত লাগি,মা-দেউতাই কোৱাফ দৰেই মই যে সাহসী জীয়ৰী ॥@Rimjhim Luna Mahanta, the writing "dogtor".