...

13 views

মৰুভূমি
‍১/ জীপাল হোৱা মোৰ মৰুভূমি খনি ,
আকৌ হৈ পৰে কঙালি ,
মৰিচিকা খেদি, প্ৰহেলিকা যেন জানি,
মৰুভূমিতে আকৌ মই তৃষ্ণাতুৰ নেকি ?

২/ দিনৰ উত্তাপ,সহিব নোৱাৰি,
কলিজাত প্ৰখৰতাৰ কোবনি ,
ৰাতি তৰা আৰু শশীৰ আগমননি,
কটাও শেতেলিত মোৰ শান্তিৰ তন্দ্ৰালী ॥



@Rimjhim Luna Mahanta, the writing"dogtor".